ADRE PYQ ৰ বাবে আমি দৈনিক লৈ আহিছো আপোনালোকৰ বাবে Online Fee Mock Test MCQ Assam
Click on the start button below to start the mock test
Mock Test আৰম্ভ কৰিবলৈ তলৰ Start Quiz Mock Test ক্লিক কৰক!
#1. আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল?
#2. শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল?
#3. ‘মহীশূৰৰ সিংহ’ বুলি কোনক জনা গৈছিল ?
#4. ভাৰতৰ কোনখন ৰাজ্যত জালিয়ানৱালাবাগ আছে?
#5. If an airplane is flying directly from Chennai towards Guwahati, in which direction is it flying?
#6. ভাৰতৰ আটাইতকৈ পশ্চিমীয়া ৰাজ্যখন কি?
#7. তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা?
#8. সাগৰৰ তলত আগ্নেয়গিৰিৰ বিস্ফোৰণ বা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল ঢৌবোৰ নামেৰে জনাজাত ?
#9. ৰাজ্যসভাৰ অধ্যক্ষ কোন?
#10. অসমৰ তলৰ কোনটো বাদ্যযন্ত্ৰ সাধাৰণতে বাঁহেৰে তৈয়াৰ কৰা হয়?
Results
click to copy shortcode